আৰক্ষীৰ জালত চাইবাৰ অপৰাধী আনিচুজ, আপত্তিজনক নথিসহ বেংক পাছবুক, চেক জব্দ
মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী আনিচুজ জামান। আনিচুজ জামানৰ ঘৰ মৈৰাবাৰী থানা এলেকাৰ পলাহজুৰি গাঁৱত।
দেওবাৰে মৈৰাবাৰী থানাৰ পৰা যোৱা আৰক্ষীৰ অভিযানকাৰী দল এটাও পলাহজুৰি গাঁৱৰ নিজা গৃহৰ পৰা কৰায়ত্ত কৰে চাইবাৰ অপৰাধীটোক। চাইবাৰ…