চাঞ্চল্য : অবৈধ মাদ্রাছাৰ শৌচাগাৰত উদ্ধাৰ ৪০ নাবালক
নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : উত্তৰ প্রদেশৰ বাহৰেইচত এখন অবৈধ মাদ্রাছাৰ শৌচাগাৰত আবদ্ধ কৰি ৰখা অৱস্থাত ৪০জন নাবালকক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ বাহৰেইচৰ প্রয়াগপুৰত দীর্ঘদিন ধৰি চলি থকা এই মাদ্রাছাখনৰ বিৰুদ্ধে আৰক্ষীয়ে বিগত সময়ত বহু অভিযোগ লাভ…