ফেচবুকত চিঠি লিখি নিজকে নির্দোষী সজোৱাৰ অপচেষ্টা সিদ্ধার্থ শর্মাৰ
🔹 শ্যামকানুৰ পাছত গাঁতৰ পৰা ওলাল ধুৰন্ধৰ মেনেজাৰ
বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গৰ মৃত্যুৰ ৮ দিন পাছতহে সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি দুখ প্রকাশ কৰাৰ বাবে আহৰি পালে শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাই৷…