জুবিন গাৰ্গৰ বিৰুদ্ধে অপমানজনক মন্তব্য : যোগীঘোপাত এজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, যোগীঘোপা, ২২ ছেপ্টেম্বৰ : জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত কেতবোৰ অপমানজনক মন্তব্য কৰি অৱশেষত ৰাইজৰ ৰোষত পৰে যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰাৰ এজন যুৱক । ৰাইজৰ অভিযোগৰ ভিত্তিত নিশা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে…