আঞ্চলিক BTC নিৰ্বাচন ২০২৫ : বাক্সাত ১১.৩০ বজালৈ ২৩.৯১%ৰ ভোটদান নিয়মীয়া বাৰ্তা Sep 22, 2025 BTC নিৰ্বাচন ২০২৫ – বাক্সা জিলাৰ ভোটাদানৰ শতাংশ ১১:৩০ বজালৈ মুঠ ভোটদান : ২৩.৯১% মথনগুৰি : ২১.৫১% শালবাৰী : ২৪.১২% কোকলাবাৰী : ২৫.৯০% দিহিৰা : ২৩.৮% মুছলপুৰ : ২৩.৬০% বাগানপৰা : ২৪.৫%…
অসম শোকাহত সমগ্ৰ অসম : শদিয়াৰ পৰা ধুবুৰীলৈ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাৰ্ঘ্য নিয়মীয়া বাৰ্তা Sep 22, 2025 নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত জুবিন গাৰ্গৰ বৃহৎ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিয়মীয়া বাৰ্তা, বনগাঁও, ২২ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ আমুঠু শিল্পী, জুবিন গাৰ্গৰ স্মৃতিত কালি সন্ধিয়া মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত এক বৃহৎ…
গুৱাহাটী গুৱাহাটী শোধনাগাৰৰ সামাজিক সাংস্কৃতিক কল্যাণ কেন্দ্ৰৰ উদ্যোগত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিয়মীয়া বাৰ্তা Sep 22, 2025 গুৱাহাটী শোধনাগাৰৰ সামাজিক-সাস্কৃতিক অনুষ্ঠান কল্যাণ কেন্দ্রৰৰ উদ্যোগত কেন্দ্রৰ নুনমাটিৰ বাকৰিত প্ৰয়াত জুবিন গাৰ্গৰ বাবে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্হিত হয়। কেন্দ্রৰ সাধাৰন সম্পাদক জানিক বৰ্মন আৰু কেন্দ্রৰ সংগীত বিদ্যালয়ৰ প্ৰধান…
অসম জুবিনক হেনো জিৰাবলৈহে ছিংগাপুৰলৈ নিছিল : চাফাই গালে শ্যামকানুৱে নিয়মীয়া বাৰ্তা Sep 22, 2025 🔹 ফেষ্টিভেল মহন্তৰ স্পষ্টীকৰণতেই ওলাল গোকাট ফাঁকি নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ স্পন্দন জুবিন গার্গৰ মৃত্যুক লৈ তেওঁৰ লগত যোৱা একাংশৰ বিৰুদ্ধে অব্যাহত আছে ধিক্কাৰ–গৰিহণা৷ বিশেষকৈ নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত…
ক্রীড়া-জগত বর্ষাপাৰাত জনশিল্পীলৈ ৪০ মিনিট, মহিলা বিশ্বকাপত BCCIৰ জুবিনলৈ শ্রদ্ধাঞ্জলি নিয়মীয়া বাৰ্তা Sep 22, 2025 অপ্রত্যাশিতভাৱে ছিংগাপুৰত মৃত্যুক সাবটি লোৱা অসমৰ সর্বকালৰ অন্যতম শ্রেষ্ঠ শিল্পী জুবিন গার্গৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হল৷ বৰঝাৰস্থিত আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা অভিলেখসংখ্যক অনুৰাগীয়ে শোভাযাত্রা কৰি শিল্পীগৰাকীৰ নিথৰ দেহ অনাৰ পিছত…
ৰাষ্ট্ৰীয় ২০২৯তে নহয়, ২০৩৪ চনতো নৰেন্দ্র মোদীয়ে হ’ব প্রধানমন্ত্রী পদৰ প্রার্থী নিয়মীয়া বাৰ্তা Sep 22, 2025 ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৭৫ বছৰ সম্পূর্ণ কৰাৰ পৰিপ্রেক্ষিতত অৱসৰৰ প্রসংগ উত্থাপন হৈছে৷ প্রাক্তন গৃহমন্ত্রী লালকৃষ্ণ আদৱানি, মুৰুলী মনোহৰ যোশীৰ দৰে বিজেপিৰ মার্গদর্শক হৈ ৰ’ব নেকি বুলি চলা জল্পনা–কল্পনাৰ অৱসান ঘটায়…
অসম সোণাপুৰৰ কমাৰকুছিত কাইলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া নিয়মীয়া বাৰ্তা Sep 22, 2025 যোৰাবাটৰ সমীপৰ দিচাং ৰিজ’ৰ্টৰ সমীপৰ হাতীমূৰা টিলাত অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব জুবিন গার্গৰ৷ ৰাজ্যিক কেবিনেটে অন্ত্যেষ্টিক্রিয়া সন্দর্ভত উক্ত স্থান আনুষ্ঠানিকভাৱে চূড়ান্ত কৰে৷ উল্লেখ্য যে প্রাণৰ শিল্পী জুবিন গার্গৰ শেষকৃত্য ক’ত সম্পন্ন…
অর্থনীতি আজিৰে পৰা দেশজুৰি বলৱৎ হ’ব নতুন জিএছটিৰ হাৰ নিয়মীয়া বাৰ্তা Sep 22, 2025 প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি দেশজুৰি নতুন জিএছটি বলৱতৰ কথা ঘোষণা কৰে৷ আজিৰ পৰা সমগ্র দেশত নেক্সট জেন জিএছটি বলৱৎ হ’ব৷ এই সন্দর্ভত প্রধানমন্ত্রীয়ে কয় যে নৱৰাত্রিৰ প্রথম দিনাৰ পৰাই দেশে…
অসম সাগৰতলিৰ পৰা জনসমুদ্রৰ বুকুত জুবিন, বিমর্ষ পৰিৱেশত অশ্রুসিক্ত নয়নেৰে অগণিত অনুৰাগী নিয়মীয়া বাৰ্তা Sep 22, 2025 ‘মোৰ প্রতিবাদী সত্তাৰ পৰিধি/তহঁতে বুজি নাপাবি৷ মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ/সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ/মাথোঁ মোৰ ৰং সলনি হ’ব/পানীৰ সোৱাদ সলনি হ’ব...৷’ সুনীলিম সমুদ্রৰ প্রতি অদ্যম বাসনা আছিল তেওঁৰ৷ সেই সাগৰ তলিতে লক্ষ লক্ষ অনুৰাগীক শোক…
সম্পাদকীয় মানুহে ভালপোৱা মানুহক ভালপোৱা জুবিন নিয়মীয়া বাৰ্তা Sep 22, 2025 অসমীয়াৰ বুকুৰ কোঁহে কোঁহে সোমাই থকা বিস্ময়কৰ প্রতিভাজন অসমৰ পৰা সুদূৰত এক ৰহস্যজনক মৃত্যুক সাবটি লৈ ইতিমধ্যে আমাৰ মাজৰ পৰা কায়িকভাৱে চিৰবিদায় লৈছে৷ হূদয়ে মানিব নোখোজা তেওঁৰ এই চিৰবিদায়ত যোৱা দুটা দিন সমগ্র অসমবাসী শোক সাগৰত বুৰ গৈ আছে৷…