নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ঢেকীয়াজুলিত মৰ্মান্তিক ঘটনা : মাতৃৰ পিছে পিছে পুত্ৰৰো চিৰবিদায়

নিয়মীয়া বাৰ্তা, বনগাঁও, ২৩ ছেপ্টেম্বৰ : মাজুলী জিলাৰ ঢেকীয়াজুলি গাঁৱত কালি এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। গাঁওখনত এগৰাকী মাতৃ আৰু পুত্ৰৰ একেলগে মৃত্যু হয়। ঢেকীয়াজুলি গাঁৱৰ বয়োজ্যেষ্ঠ মহিলা তথা গাঁওখনৰ আগশাৰীৰ মহিলা নেত্ৰী মলাদৈ দাস…

চিৰদিনৰ বাবে চিৰনিদ্ৰাত হাৰ্টথ্ৰব জুবিনদা

এক সত্তা, এক আৱেগ, এক অনামী শিহৰণ৷ নবৈবৰ দশকৰ সেই চুলি দীঘল এটা লৰা৷ যিয়ে অনামিকা এলবামেৰে অসমৰ সংগীত জগতত যি খলকনি তুলিলে তাক আৰু আজি দোহৰাৰ প্রয়োজন নাহ৷ বেক টু বেক হিট এলবামেৰে অসমৰ সংগীত জগতত হৈ পৰিল ভোটাতৰা৷ কিন্তু তেওঁ আৰু আজি আমাৰ…

সোণাপুৰত পঞ্চভূতত বিলীন হাৰ্টথ্ৰব জুবিন গাৰ্গ, সৰ্বত্ৰ মায়াবিনী ৰাতিৰ বুকুত…

সোণাপুৰত পঞ্চভূতত বিলীন হাৰ্টথ্ৰব জুবিন গাৰ্গ প্ৰিয় ড্ৰেগন সাজযোৰেৰে চিৰবিদায় জুবিনৰ মুখাগ্নি কৰে ভগ্নী পমী, ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জুবিনক ২১ জাঁই গান চেল্যুটেৰে দিব শেষ বিদায় হিয়াৰ…

প্ৰাণৰ শিল্পীলৈ শ্রদ্ধার্ঘ্য : জুবিন গার্গৰ ৩২টা স্ব–ৰচিত কবিতা

প্ৰাণৰ শিল্পীলৈ শ্রদ্ধার্ঘ্য জুবিন গার্গৰ ৩২টা স্ব–ৰচিত কবিতা কৃতজ্ঞতাঃ ৰূপক শর্মা, বিধায়ক, নগাঁও অনুভৱ মোৰ, মোৰ নিজৰ মোৰ মাজৰ নিথৰ এক অৱশেষ তুমি... মোৰ অশ্লীল ৰাতিবোৰে নির্লজ্জ দিনবোৰে বাগৰ সলায় কাণ পাতি শুনে তোমাৰ…

সৰুসজাইৰ পৰা সংগীত সূৰ্য জুবিনৰ অন্তিম যাত্ৰা আৰম্ভ

পুষ্পসজ্জিত বিশেষ বাহনখনেৰে সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াথলীলৈ লৈ যোৱা হল প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অন্তিম যাত্ৰা আৰম্ভ হল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত জি এম চি এইচৰ পৰা তেওঁৰ নশ্বৰ দেহ সৰুসজাইলৈ লৈ যোৱা হয়।…

মহানায়কৰ অকাল মৃত্যুৰ ৰহস্য

মহানায়কৰ মহাপ্রয়াণ৷ প্রাণৰ শিল্পী জুবিন গার্গৰ অকাল বিয়োগত স্তম্ভিত হৈছে অসমবাসী৷ বিগত তিনি দশকৰো অধিক যিগৰাকী শিল্পীৰ অমৃতকণ্ঠই প্রতিজন অসমীয়াৰ হূদয় জিনিছিল, সেইগৰাকী প্রাণৰ শিল্পীৰ অকাল বিয়োগক সহজে মানি ল’ব পৰা নাই অসমৰ ৰাইজে৷ ছিংগাপুৰত…

হে অমৃতকণ্ঠ তোমাক শতকোটি প্রণাম… আজি প্রাণৰ শিল্পীৰ চিৰবিদায় যাত্রা

অচিন দেশত শান্তিৰে থকাৰ লক্ষ লক্ষজনৰ শতকোটি প্রণাম–আশিস শিৰত লৈ চিৰবিদায়ৰ যাত্রাত কাইলৈ বাট বুলিব জুবিন গার্গে৷ সৰুসজাইত সমৱেত অগণিত গুণমুগ্ধই বিশাদ–বিমর্ষ হৈ চকুপানী বোৱাই দুটা দিন অন্তিম শ্রদ্ধা জনোৱাৰ পিছত প্রাণৰ শিল্পীৰ নশ্বৰদেহ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ ছেপ্টেম্বৰ, আহিন মাহৰ ৬ তাৰিখ মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : হস্তা, যাত্রা : শুভ মেষ : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷…

সাজু হৈ উঠিছে হিয়াৰ আমঠু জুবিনৰ অন্তিম ঠিকনা

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২২  ছেপ্টেম্বৰ :  কাইলৈ সোণাপুৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ  শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ ইতিমধ্যে সোণাপুৰৰ কমাৰকুছিৰ দিচাং ৰিজৰ্টৰ সমীপৰ  ৰাষ্ট্ৰীয় পথৰ কাষতে ১০ বিঘা ভূমি সম্পূৰ্ণ সাজু কৰি তোলা হৈছে । দিনে-নিশাই তীব্ৰ…

অৰুণাচলত ৫ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উন্মোচন প্ৰধানমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি প্ৰায় ৫ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উন্মোচন কৰে। আজি পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে…