নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেম : ভিনীহিয়েকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত খুলশালিয়েক

পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি ডবকাৰ নিজডবকা গাঁৱত ভংয়কৰ মাৰপিট। ভিনীহিয়েক ফয়জুল হকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত খুলশালিয়েক মেহেৰুন নেচা। আহত মেহেৰুনক ততাতৈয়াকৈ ডবকা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে৷ আনহাতে ভিনীহিয়েক ফয়জুল হককো…

মহানগৰী-ৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন ৩ কিশোৰীক উদ্ধাৰ

মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন হোৱা ৩গৰাকী কিশোৰীক উদ্ধাৰ। DCP অমিতাভ বসুমতাৰীৰ নেতৃত্বত চানমাৰি আৰু নুনমাটি আৰক্ষীয়ে চলোৱা অভিযানত নিশা মহানগৰীৰ উলুবাৰীৰ KFCৰ ওচৰৰ পৰা উদ্ধাৰ তিনি কিশোৰীক। বিশ্বকৰ্মা পূজা চাবলৈ দুপৰীয়া ভাগত তিনি যুৱকৰ…

আৰব-ইছলামিক নাটোৰ প্রস্তাৱ

ইজৰাইল আৰু সন্ত্রাসবাদী সংগঠন হামাছৰ মাজত যুদ্ধই মধ্যপ্রাচ্যত উত্তেজনা বৃদ্ধি কৰি ৰাখিছে৷ ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত ভয়াৱহ আক্রমণ চলোৱাৰ কিছু সময় পাছতে গাজাত হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ইজৰাইলে আৰু তেতিয়াৰ পৰা হামাছক…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৯ ছেপ্টেম্বৰ, আহিন মাহৰ ২ তাৰিখ শুকুৰবাৰঃ তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র অশ্লেষা, যাত্রা নাই মেষঃ বাঞ্ছিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক৷ বিদ্যাত সিমান নিৰাশ নহ’ব৷ শুভ ৰং আকাশী…

এছিয়া কাপ-ত আজি আফগানিস্তানৰ Do or Die মেচ, গ্ৰুপ B-ৰ Super-4ত কোন

আজি আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত এছিয়া কাপ-ৰ দশমখন মেচ খেলা হ’ব। আজিৰ এই মেচখন আফগানিস্তানৰ বাবে জয়ী হোৱাটো অত্যন্ত জৰুৰী। এছিয়া কাপৰ গ্ৰুপ বিৰ পইণ্ট টেবুলত তীব্ৰ প্ৰতিযোগিতা চলি আছে। আজিৰ মেচৰ পৰা গ্ৰুপ বিৰ দলসমূহৰ ভিতৰত ছুপাৰ-৪ৰ নাম…

বংশৰত কিশোৰীৰ ব্যতিক্ৰমী প্ৰয়াস : নৱম শ্ৰেণীৰ ছাত্ৰীয়ে লিখি উলিয়ালে উপন্যাস

বিশেষ বাৰ্তা, শুৱালকুছি, ১৮ ছেপ্টম্বৰ : আজিৰ দিনত ম'বাইলে কঁপাই তোলা পৃথিৱীখনত অভিভাৱকসকল সততে ব্যতিব্যস্ত পৰা পৰিলক্ষিত হৈছে। এনে পৰিৱেশৰ মাজতে বংশৰৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ধৃতিমা দাসে ’অস্তিত্ব’ নামৰ এখন উপন্যাস লিখি পিতৃৰ জন্মদিনত…

বিধায়কে প্ৰদান কৰা এম্বুলেঞ্চ অন্তৰ্ধান, বঞ্চিত চেঙাৰ চৰাঞ্চলবাসী

ৰাজ্যৰ প্ৰতিজন নাগৰিকক চৰকাৰে বিনামূলীয়া চৰকাৰী স্বাস্থ্য সেৱা সুনিশ্চিত কৰিবলৈ বহু অভিলাষী আঁচনি গ্ৰহন কৰাৰ পাছতো বহু প্ৰান্তত আজিও লাভ কৰা নাই এম্বুলেঞ্চ সেৱাৰ সুবিধা। চহৰ আৰু নগৰাঞ্চলৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰ সমূহত এম্বুলেঞ্চ সেৱা উপলব্ধ…

মেঘালয়ত অসমৰ চালকক দীৰ্ঘদিনে দুৰ্ব্যৱহাৰ : যোৰাবাটত তীব্ৰ প্ৰতিবাদ অসম টুৰিষ্ট টেক্সি চালক সন্থাৰ

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৮ ছেপ্টেম্বৰ : জয় আই অসম ধ্বনিৰে যোৰাবাটত অসম টুৰিষ্ট টেক্সি চালক সন্থাই আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘ বছৰ ধৰি মেঘালয়ৰ টুৰিষ্ট টেক্সি চালকে অসমৰ টুৰিষ্ট টেক্সি চালকক কৰি অহা দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ আজি…

বিশ্বকৰ্মা পূজা উপলক্ষে একেনিশাই পৃথকে মঞ্চস্থ দুখন ভাওনা

নিশা তেজপুৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগম তেজপুৰ আস্থানত অজস্ৰ লোক অপেক্ষাৰত। নিশা ৰৈ থকা ৰাইজ সকল কালি বাছৰ বাবে নহয়, তেওঁলোক ৰৈ আছিল তেজপুৰৰ সৈতে সংপৃক্ত হৈ থকা এটি আখ্যান স্ব- চাক্ষুস প্ৰত্যক্ষ কৰাৰ বাবে। নিশা প্ৰায় ৯ মান বজাত বাজি উঠিল…

শিলচৰত ১২ কোটিৰ য়াবা টেবলেট জব্দ, গাড়ীসহ আটক ১

নিয়মীয়া বাৰ্তা, শিলচৰ, ১৮ ছেপ্টেম্বৰ : কাছাৰ জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, এক বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰ আৰক্ষী থানাৰ…