দুৰ্গা পূজাক লৈ গুৱাহাটীত SOP জাৰি প্ৰশাসনৰ
সমাগত দুৰ্গা পূজা। আৰু এই দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠক মহানগৰীৰ প্ৰতিখন পূজা কমিটীৰ বিষয়ববীয়া উপস্থিত থাকে। উপস্থিত থাকে মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন। বৈঠকতে সমাগত দুৰ্গা…