নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত লেণ্ড জেহাদ : ২৫.৭৫ হেক্টৰ বনভূমি বেদখল USTM-ৰ

বহু বিতর্কিত মহবুবুল হকৰ ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষা প্রতিষ্ঠান ( USTM ) ‘ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজী’ (ইউএছটিএম)ৰ মুখা এইবাৰ খোল খালে৷ গোলকীয় উষ্ণতাই সমগ্র পৃথিৱী গ্রহৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে অতি গুৰুত্বপূর্ণ বন…

দুর্নীতিৰ খলনায়িকা নূপুৰৰ মুখত কেইবাজনো মণ্ডলৰ নাম, শীঘ্রে জেৰা তিনিজনক

চৰকাৰী চাকৰিৰ নামত কার্যালয়ত এখন বজাৰ সৃষ্টি কৰা দুর্নীতিৰ ৰাণী, বিতর্কিত এচিএছ বিষয়া নূপুৰ বৰাৰ জিম্মাৰ পৰা এতিয়ালৈকে চিএম ভিজিলেঞ্চৰ দলে জব্দ কৰিছে এক কোটি ১৬ লাখ টকা৷ এগৰাকী চৰকাৰী বিষয়াৰ বাবে সপোনৰ দৰেই এই বৃহৎ ধনৰাশি ছবছৰীয়া চাকৰিৰ…

অপাৰেচন সিন্দূৰত ধ্বংস সন্ত্রাসবাদীৰ ঘাটি নির্মাণৰ ধন দিছে পাক চৰকাৰে

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানৰ স্বৰূপ উদঙালে স্বয়ং দেশখনতেই লালিত-পালিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাই৷ ভাৰতৰ অপাৰেচন সিন্দূৰত বিধ্বস্ত হোৱা পাকিস্তানস্থিত সন্ত্রাসবাদীৰ…

ACS নূপুৰক লৈ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ অভিযান

এ চি এছ বিষয়া নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চি এম ভিজিলেঞ্চে অভিযান চলাইছে। আজি পুৱাৰ পূৰ্বে কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয় ভিজিলেঞ্চৰ বৃহৎ দল। অভিযুক্ত ACS বিষয়া নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া…

হিন্দেনবার্গ গোচৰ : আদানি গ্রুপক ক্লীনচিট ছেবিৰ

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ কোম্পানী হিন্দেনবার্গ ৰিচার্ছে উদ্যোগপতি তথা আদানী গ্রুপৰ অধ্যক্ষ গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিক প্রতিবেদনত তথা হিন্দেনবার্গ গোচৰত ক্লিনচিট দিলে দ্য ছিকিউৰিটিজ এণ্ড এক্সেঞ্জ…

এছিয়া কাপ : গ্রুপৰ আজি অন্তিম মেচত ভাৰতৰ সন্মুখত ওমান

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : সংযুক্ত আৰব আমীৰশ্বাহীত পূর্ণগতিত চলি থকা এছিয়া কাপৰ আজি গ্রুপ এৰ অন্তিমখন মেচত টীম ইণ্ডিয়া ওমানৰ বিপক্ষে মুখামুখি হ’ব৷ ইতিমধ্যে প্রতিযোগিতাখনৰ ছুপাৰ ফ’ৰত স্থান লাভ কৰা টীম ইণ্ডিয়াৰ বাবে আজিৰ মেচখন বিশেষ…

কাছাৰত আৰক্ষীৰ জালত দুই ভুৱা চিকিৎসক

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। কাছাৰ আৰক্ষীৰ অভিযানত জিলাত ইজনৰ পাছত সিজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত। যোৱাকেইদিনত জিলাখনত কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ দুজনকৈ মুন্না ভাই MBBS অৰ্থ্যৎ ভুৱা চিকিৎসকক…

মুছলপুৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী হিংসা, BPF-ৰ কাৰ্যালয়ত অগ্নিসংযোগ

বাক্সাৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অদালবাৰীত সংঘটিত হয় নিৰ্বাচনী হিংসা। দুৰ্বৃত্তই ভাঙিলে অদালবাৰীৰ বিপিএফৰ মুখ্য কাৰ্যালয়ৰ দৰ্জা-খিৰিকী, আচবাব,দুচকীয়া বাহন। বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ সময়তে নিৰ্বাচনী…

জন্মদিনত প্রধানমন্ত্রী মোদীলৈ বিশেষ উপহাৰ লিঅ’নেল মেছিৰ

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে উদযাপন কৰে ৭৫সংখ্যক জন্মদিন৷ এই উপলক্ষে মোদীক দেশ–বিদেশৰ বহু নেতা, বিশিষ্ট লোক, অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷ এই সময়ছোৱাত লাভ কৰা বিভিন্ন উপহাৰৰ ভিতৰত আছে বিশ্ব চেম্পিয়ন…

পূজাৰ পূৰ্বেই কাজিৰঙা মুকলি, উৎফুল্লিত ব্যৱসায়ী তথা জীপছী চালক

পূজাৰ পূৰ্বেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছত উৎফুল্লিত গৈ পৰিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ী তথা জীপছী চালকসকল। ইতিমধ্যে বন বিভাগ যুদ্ধকালীন প্ৰস্তুতিৰে নামি পৰিছে…