নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহমৰীয়া থানাৰ লকআপ-ৰ পৰা পলাল চোৰ, বাগিচাই বাগিচাই চোৰ বিচাৰি হাবাথুৰি স্মাৰ্ট আৰক্ষী

স্মাৰ্ট আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাত থানাৰ লকআপ-ৰ পৰাই পলাবলৈ সক্ষম হয় এটা চোৰ। পুৱা প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ ছলেৰে ৰহমৰীয়া থানাৰ পৰা‌ই পলায়ন চোৰৰ। পলায়ন কৰা চোৰক বিচাৰি বাগানে বাগানে স্মাৰ্ট আৰক্ষীৰ অভিযান। ৰহমৰীয়া আৰক্ষী থানা ঘেৰাও স্থানীয়…

নাগালেণ্ডত ২ আলফা কেডাৰ চিন্ময়-অনুপমৰ আত্মসমৰ্পণ

আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণৰ ধাৰা অব্যাহত। পুনৰ আলফা স্বাধীনৰ দুই কেডাৰৰ আত্মসমৰ্পণ। অনুপম অসম আৰু চিন্ময় অসম নামৰ দুই কেডাৰে আত্মসমৰ্পণ কৰে নাগালেণ্ড আৰক্ষীৰ ওচৰত। উল্লেখ্য যে চিন্ময় অসমৰ ঘৰ পানীতোলা আৰু অনুপম অসমৰ ঘৰ শদিয়াত।…

কণমানি দুই শিশু কন্যাসহ চৰম পথ এগৰাকী বোৱাৰীৰ! হত্যাৰ অভিযোগ পিতৃৰ

কণমানি ২ শিশুসহ আত্মহত্যা কৰিলে এগৰাকী বোৱাৰীয়ে। মর্মান্তিক এই ঘটনাটো সংঘটিত হৈছে মেঘালয়ৰ পূর্ব জয়ন্তীয়া হিলছ জিলাত। মৃত বোৱাৰীগৰাকী কাছাৰৰ কালাইন বৰইতলিৰ অৰ্পণ দাসৰ পত্নী ৰিপ্পা দাস বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কালাইন বৰইতলিৰ…

গুৱাহাটী ৰেল ষ্টেচনৰ পাৰ্কিঙত গাড়ীৰ ভিতৰত উদ্ধাৰ বাইহাটাৰ ধীৰাজৰ মৃতদেহ

গুৱাহাটী ৰেল'ৱে ষ্টেচনৰ পাৰ্কিঙত গাড়ীৰ ভিতৰত উদ্ধাৰ মৃতদেহ। মৃত যুৱকজনৰ নাম ধীৰাজ ডেকা। ২৮ বছৰীয়া ধীৰাজ ডেকাৰ ঘৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰত। গুৱাহাটীৰ ডাউন টাউনত থাকি গাড়ী চলাইছিল ধীৰাজে। ECO নামেৰে অনলাইন ট্ৰেভেল এজেন্সী এটাৰ চলাইছিল…

নলবাৰীত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা

নলবাৰীত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা ৷ নলবাৰীৰ মুকালমুৱাৰ শিয়ালমাৰীত নৈত উটি আহিছে বাণ্ডিলে বাণ্ডিলে টকা। নৈত টকাৰ উজান উঠাক লৈ হাহাকাৰ। নলবাৰীত উদ্ধাৰ হোৱা টকা ৰাইজে গতালে আৰক্ষীক। মাছ মাৰিবলৈ যাওঁতে দুই চেমনীয়াই প্ৰত্যক্ষ কৰিছিল ধনৰ…

জন্মাষ্টমীৰ দিনাই মাৰ্ঘেৰিটা-ত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ কৰুণ মৃত্যু

মাৰ্ঘেৰিটা-ৰ ইনথেমত বিদ্যুতৰ তাঁৰত লাগি এগৰাকী মহিলাৰ মৃত্যু হয়। পুৱতি নিশা ৩ঃ৩০ মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা। নামঘৰত জন্মাষ্টমী পালন কৰি উভতি আহি পদূলিমুখত ছিঙি পৰি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি লয় মহিলাগৰাকীয়ে। মৃত…

বিটিচি চীফ নহয়, বিশ্বজিত দৈমাৰী হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, মন্তব্য হাগ্ৰামাৰ

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী বিটিচিপ্ৰধান হব বুলি চর্চা চলি আছিল। চর্চা চলি থকা থকাৰ সময়ত বিশ্বজিত দৈমাৰী আমেৰিকাৰ পৰৱৰ্তী প্ৰেছিডেণ্ট হব বুলি মন্তব্য কৰিছে বিপিএফপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাই কয় যে তেওঁ বিটিচিৰ প্ৰধান নহয়…

২০২৬ৰ ৫ মার্চত হ’ব অশান্তজৰ্জৰ নেপালৰ সাধাৰণ নির্বাচন

🔹 অন্তর্ৱর্তীকালীন চৰকাৰৰ দায়িত্ব লৈয়ে সুশীলা কার্কীৰ ঘোষণা নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : বাংলাদেশৰ মহম্মদ ইউনুছে নোৱাৰা কাম কৰি দেখুৱাইছে নেপালৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ মুৰব্বী সুশীলা কার্কীয়ে৷ দায়িত্ব গ্রহণৰ এদিন পিছতে প্রাক্তন মুখ্য…

BTC Election : চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিত নিৰ্বাচনী হিংসা

চিৰাঙৰ ১৬নং নিচিমা পৰিষদীয় সমষ্টিত সংঘটিত হৈছে নিৰ্বাচনী হিংসা । ইউপিপিএল আৰু বিপিএফ দলৰ সমৰ্থকৰ মাজত সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা। অভিযোগ অনুসৰি ১৬নং নিচিমা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ সমৰ্থকে দলবদ্ধভাবে…

খেলপথাৰতো পেহেলগাম কাণ্ডৰ প্রতিশোধ : ডুবাইত পাক বধ টীম ইণ্ডিয়াৰ

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : ভাৰতে এতিয়াও পাহৰা নাই পেহেলগামৰ নৰমেধ যজ্ঞ। এই হত্যাযজ্ঞত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৬জনকৈ নিৰীহ ভাৰতীয়ই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই আক্ৰমণৰ পিছতে ভাৰতে পাক সমৰ্থিত সন্ত্ৰাসবাদীক উচিত…