নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রেগন আৰু হাতীয়ে আগবাঢ়ি যাব একেলগে, ‘বন্ধু’ মোদীৰ সন্মুখত জিনপিঙৰ উদাত্ত ঘোষণা

🔹 মাত্র ৫০ মিনিটৰ বৈঠকতে আৰম্ভ আমেৰিকাৰ দুর্গ খহোৱাৰ আখৰা নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : ‘বর্তমান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ বন্ধুত্ব অত্যন্ত গুৰুত্বপূর্ণ৷’ সুদীর্ঘ ৭ বছৰৰ পিছত চীন ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীৰ সৈতে প্রায়…

জলপাইগুৰিত হাত–ভৰি কাটি মহানগৰীৰ বোৱাৰীক হত্যা, চাকৰি দিয়াৰ প্রতিশ্রুতিৰে লৈ গৈছিল পশ্চিমবংগলৈ

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : চাকৰি দিয়াৰ প্রতিশ্রুতিৰে বহিঃৰাজ্যলৈ নি মহানগৰীৰ উজানবজাৰৰ এগৰাকী বোৱাৰীক হিন্দীভাষী যুৱক এজনে নৃশংসভাৱে হত্যা কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৃত মহিলাগৰাকী উজানবজাৰৰ পূজা দাস (২৭)৷ উল্লেখ্য যে যোৱা ২৩…

কাশ্মীৰৰ পৰা বৰপেটালৈ ৰে’লেৰে অহা ১৩ ৰহিংগ্যাক গ্রেপ্তাৰ

🔹 টেম্প’চালকে নমাই থৈ গৈছিল হাউলীত বার্তা ব্যুৰ’, বৰপেটা, ১ ছেপ্টেম্বৰ : চিনাকি–অচিনাকি লোকক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কালি বৰপেটা জিলাৰ হাউলীত ১৩ ৰহিংগ্যা লোকক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন…

বাংলাদেশী মহিলাক আশ্রয় দি নগাঁৱত গ্রেপ্তাৰ চৰকাৰী বিষয়া

🔹 বিদেশী ন্যায়াধিকৰণত বিদেশী ঘোষিত বিশেষ বার্তা, নগাঁও, ১ ছেপ্টেম্বৰ : প্রায় এসপ্তাহ ধৰি পলাতক হৈ থকা এগৰাকী বাংলাদেশী মহিলাক নগাঁৱৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই পলাতক বাংলাদেশী মহিলাগৰাকীক আশ্রয় দিয়া এগৰাকী চৰকাৰী বিষয়াক…

আৱেগিক বুদ্ধিমত্তা

বর্তমান সময়ত বৌদ্ধিক সমাজত বিশেষভাৱে চর্চা লাভ কৰা এটি বিষয় হৈছে আৱেগিক বুদ্ধিমত্তা৷ আৱেগিক বুদ্ধিমত্তাই এগৰাকী ব্যক্তিক নিজৰ আৱেগ-অনুভূতিৰ প্রতি থকা সচেতনতা আৰু পৰিস্থিতি অনুসৰি নিজৰ আৱেগিক প্রতিক্রিয়াসমূহ সংযমী হৈ কৰাৰ কৌশল৷ ই নিজৰ আৱেগ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৫ তাৰিখ সোমবাৰ : তিথি–শুক্লা নৱমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব৷ স্বামী–স্ত্রীৰ মাজত মতানৈক্য৷ যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷ বৃষ : সামাজিক…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ আগষ্ট, ভাদ মাহৰ ১৪ তাৰিখ দেওবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই মেষ : আর্থিক দিশত অপ্রত্যাশিতভাৱে ধন লাভ হ’ব৷ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হালধীয়া নতুবা ক্রীম ৰঙৰ কাপোৰ পৰিধান কৰক৷ শুভ সংখ্যা ১৷ বৃষ :…

ডিব্ৰুগড়ত কল্যাণ জুৱেলাৰ্ছ-ৰ নতুন শ্ব’ৰুম মুকলি

দেশৰ অন্যতম বিশ্বাসযোগ্য আৰু আগশাৰীৰ গহনা ব্ৰেণ্ড কল্যাণ জুৱেলাৰ্ছে ডিব্ৰুগড়ৰ খলিহামাৰীৰ কে চি গগৈ পপথত সম্পূর্ণ নতুন শ্ব'ৰুমটো জনপ্রিয় অভিনেত্রী জেনেলিয়া ডি' চুজাই আনুষ্ঠানিকভারে মুকলি কৰে। এই শ্বৰুমটো মুকলিৰ লক্ষ্য হৈছে অঞ্চলটোত…

বৃহৎ সফলতা : জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত ‘মানৱ জিপিএছ’ বাগু খান

নিউজ ডেস্ক, ৩০ আগষ্ট : শনিবাৰে জম্মু-কাশ্মীৰৰ গুৰেজ ছেক্টৰত সংঘটিত এক এনকাউণ্টাৰৰ সময়ত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী বাগু খান ওৰফে সমন্দৰ চাচাক হত্যা কৰে। ১৯৯৫ চনৰ পৰা পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ত সক্ৰিয় বাগু খান সন্ত্ৰাসবাদী দলৰ মাজত…

পৰিসমাপ্তিৰ দিশে ফুটবলৰ এটা সোণালী অধ্যায়… কি ইংগিত দিলে Messi-য়ে

ফুটবলৰ যাদুকৰ লিঅ’নেল মেছি (Messi)য়ে এনে এটা বিবৃতি দিছে, যিয়ে তেওঁৰ কোটি কোটি অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰিছে। ৩৮ বছৰীয়া এই আৰ্জেণ্টিনাৰ তাৰকাই স্পষ্ট কৰিছে যে তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰ এতিয়া শেষৰ পৰ্যায়ত উপনীত হৈছে। মেছিয়ে ইংগিত…