নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰিব ভাৰতে, মস্কোত বৈদেশিক মন্ত্রী এছ জয়শংকৰ

নিউজ ডেস্ক, ২২ আগষ্ট : ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ ভাৰতৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছত ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে ভাৰতে৷ বৈদেশিক…

Guwahati News : গুৱাহাটীত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা ৰেজ্জাকৰ

Guwahati News : মহানগৰীত পুনৰ যুৱতীক শ্লীলতা হানিৰ চেষ্টা। গুৱাহাটীৰ বেলতলা ছাৰ্ভেৰ ফিজিক্স কোচিং চেন্টাৰত সংঘটিত হৈছে এই শ্লীলতা হানিৰ ঘটনা। ৰেজ্জাক আলী নামৰ এজন লম্পটে শ্লীলতা হানিৰ চেষ্টা চলাইছিল যুৱতীগৰাকীক। ধৃত ৰেজ্জাক আলী পেছাত…

নগদ ২.২ কোটি টকা ভৰি স্বদেশলৈ উভতিল ৰুছ ৰাষ্ট্রপতি

🔹 আলাস্কাত ট্ৰাম্পৰে আলোচনাৰ অন্তত বিপাকত পুটিন নিউজ ডেস্ক, ২২ আগষ্ট : আলাস্কাত ৰঙা দলিচাৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰি পুটিনক আদৰণি জনালেও আলাস্কাৰ পৰা স্বদেশলৈ ওভতাৰ সময়ত বিপাকত পৰিছিল পুটিন৷ স্বদেশলৈ…

Batadrawa News : বিবাদৰ অৱসান, জিলা আয়ুক্তক সাধাৰণ সভা অনুষ্ঠিতৰ কৰ্তৃত্ব হাইকৰ্টৰ

Batadrawa News :  গুৱাহাটী উচ্চ ন্যায়ালয়ে ১১ আগষ্টত WP(C) No. 4271/2025, শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতি বনাম অসম চৰকাৰ আৰু অনান্য গোচৰৰ প্ৰসঙ্গত ৰায়দান কৰি জিলা আয়ুক্ত নগাঁৱক শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভাখন অনুষ্ঠিত…

পাৰৰ ভৰিত চিঠি বান্ধি দি জম্মু ষ্টেচন উৰুওৱাৰ ভাবুকি

🔹 পাকিস্তানৰ পৰা অহা পাৰ চৰাইৰ ভৰিত ভাবুকি ভৰা টোকা ! নিউজ ডেস্ক, ২২ আগষ্ট : পাৰ চৰাইৰ ভৰিত চিঠি বান্ধি দি জম্মু ষ্টেচন উৰুওৱাৰ ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জম্মু–কাশ্মীৰৰ আৰএছ পুৰাৰ আন্তর্জাতিক সীমান্তৰ সমীপত বিএছএফে কৰায়ত্ত…

BTR Election : ১৮টা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা UPPLৰ

BTR Election :  সমাগত BTRৰ নিৰ্বাচনক লৈ UPPL দলৰ প্ৰথম ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা। সেই অনুসৰি চিৰাং জিলাৰ ১৩ নম্বৰ চিৰাং পৰিষদীয় সমষ্টিত UPPL দলৰ প্ৰাৰ্থিত্ব লাভ ছাইখং বসুমতাৰী ওৰফে বি ছাওৰাইগৌৰাৰ ৷ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে…

এছিয়া কাপত পাকিস্তানৰে ভাৰতক খেলাৰ অনুমতি ক্রীড়া মন্ত্রালয়ৰ

🔹 চুবুৰীয়া ৰাষ্ট্রৰে কোনো দ্বি–পাক্ষিক শৃংখলা খেলাৰ অনুমতি দিয়া নহ’ব নিউজ ডেস্ক, ২১ আগষ্ট : অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ টি–২০ ক্রিকেট প্রতিযোগিতা৷ এই প্রতিযোগিতাখনক লৈ ইতিমধ্যে ক্রিকেটপ্রেমীৰ মাজত আৰম্ভ হৈছে ব্যাপক…

ৰাজ্যত ১৮ ঊর্ধ্বৰ লোকে নাপাব আধাৰ কার্ড

🔹 বাংলাদেশৰ পৰা অনুপ্রৱেশ ৰোধৰ লক্ষ্য ৰাজ্য চৰকাৰৰ বিশেষ বাৰ্তা, ২২ আগষ্ট : বাংলাদেশী অনুপ্রৱেশকাৰীয়ে যাতে আধাৰ কার্ডৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰে, সেইক্ষেত্রত প্রতিবন্ধকতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূর্ণ…

মধ্যস্থতাকাৰী ট্রাম্প

বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প দুই দেশৰ যুদ্ধ সমাপ্তিত মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হৈছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে নিজেই এই কথা স্বীকাৰ কৰিছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিত ট্রাম্পে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ আগষ্ট, ভাদ মাহৰ ৫ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণ চতুর্দশী, নক্ষত্র : অশ্লেষা, যাত্রা : শুভ মেষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ পুৰণা কেছ–মোকর্দমাত জয়ী হ’ব৷ আজিৰ দিনটোত কৰা ভাল চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে৷ বৃষ : শুভ ৰং বগা, সংখ্যা…