নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

VP election : বিৰোধী জোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা, ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন সমীকৰণ

VP election : ইণ্ডিয়া মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বি. সুদৰ্শন ৰেড্ডীয়ে। এই কথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এক সংবাদ মেলত ঘোষণা কৰে। বিৰোধী দলৰ…

‘3 Idiots’ৰ অধ্যাপক, প্ৰবীণ অভিনেতা অচ্যুত পোটদাৰৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ

নিউজ ডেস্ক, ১৯ আগষ্ট : বলীউডৰ বাবে আকৌ এটা দুঃসংবাদ। সোমবাৰে গভীৰ নিশা প্ৰবীণ অভিনেতা অচ্যুত পোটদাৰে ইহলীলা সম্বৰণ কৰে। মহাৰাষ্ট্ৰৰ থানেৰ জুপিটাৰ হাস্পতালত বয়সজনিত অসুস্থতাৰ বাবে কিছুদিন ধৰি ভৰ্তি হৈ আছিল খ্যাতনামা অভিনেতাগৰাকী। ১২৫ৰো অধিক…

ৰাষ্ট্রপতি ট্রাম্পৰে আলাস্কা বৈঠক : ছুটকেছত পুটিনৰ মল–মূত্র কঢ়িয়াইছিল নিৰাপত্তাৰক্ষীয়ে

নিউজ ডেস্ক, ১৯ আগষ্ট : আলাস্কাত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে তিনি ঘণ্টা বৈঠকৰ পিছত স্বদেশলৈ ৰাওনা হওঁতে ৰাছিয়াৰ ৰাষ্ট্রুপতি ভ্লাডিমিৰ পুটিনৰ নিৰাপত্তাৰক্ষীয়ে কঢ়িওৱা বিশেষ ছুটকেছক লৈ ব্যাপক চর্চা হৈছে৷ ছুটকেছক লৈ চলা চর্চাত…

Big Breaking News : ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

বৰডুমচাৰ কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত হঠাৎ অৱতৰণ হেলিকপ্টাৰ।ভাৰতীয় সেনাৰ দিনজানস্থিত কেম্পৰ পৰা অৰুণাচল প্ৰদেশৰ আনিনিলৈ যাত্ৰা কৰিছিল হেলিকপ্টাৰখনে। হঠাৎ হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে পাইলটে কঠালগুৰিত অৱতৰণ কৰে…

Breaking News : ভয়ংকৰ অগ্নিকাণ্ড : ভস্মীভূত প্ৰায় ১ কোটি টকাৰ সা-সামগ্ৰী

Breaking News : হাজোৰ ৰামদিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডত ভস্মীভূত হয় এখন সূতাৰ পাইকাৰী দোকান। ৰামদিয়া নামপাৰাৰ পুতুল‌ চিল্ক চেন্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত…

Modi’s explosive remark : নেহৰুৰ পাকিস্তান নীতিক মোদীৰ তীব্ৰ সমালোচনা

Modi’s explosive remark : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনডিএৰ সংসদীয় দলৰ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তেওঁ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণনক শ্বল পিন্ধাই সন্মান জনায়। সংসদৰ লাইব্ৰেৰী ভৱনত অনুষ্ঠিত এই বৈঠকত সাংসদসকলে চি.…

১৪ ছেপ্টেম্বৰত ক্রিকেট জগতৰ শ্রেষ্ঠ যুদ্ধ ভাৰত-পাকিস্তানৰ মেচ

🔹 এছিয়া কাপৰ হাইভল্টেজ খেলৰ বিজ্ঞাপনৰ হাৰ আকাশলংঘী নিউজ ডেস্ক, ১৯ আগষ্ট : পেহেলগাম আক্রমণৰ পিছত ভাৰত–পাকিস্তান ক্রিকেট সম্পর্ক কোন দিশলৈ যাব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ ইয়াৰ মাজতে ঘোষণা কৰা হৈছে এছিয়া কাপৰ সময়সূচী৷ ১৪ ছেপ্টেম্বৰত ডুবাইত…

News Update : জাজৰিত ভয়ংকৰ ঘটনা, পলাতক ভাতৃ

News Update : কালি নিশা নগাঁৱৰ জাজৰিৰ বগৰীগুৰিত সংঘটিত হয় এটা ভয়ংকৰ ঘটনা। ঘটনা অনুসৰি ভাতৃয়ে লাখুটিৰে কোবাই হত্যা কৰিলে ককায়েকক। ভাতৃৰ লাখুটিৰ কোবত নিহত ককায়েকৰ নাম সুৰেন হীৰা। ইফালে ভাতৃক হত্যা কৰি হত্যাকাৰী ভাতৃ পদুম হীৰা সম্প্ৰতি পলাতক…

Accident Breaking : ৰাষ্ট্ৰীয় পথত পথ দুৰ্ঘটনাত নিহত তবলা বাদক

Accident Breaking : ৰহাৰ নিকটৱৰ্তী ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত এজন। চলন্ত টমটমত তীব্ৰবেগী বলেৰ' পিকআপ বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। অতি গুৰুতৰভাৱে আহত টমটম চালক বুপ্তি ডেকা (৫০)ৰ নগাঁও অসামৰিক চিকিৎসালয়ত…

GMCH News : নৱজাতক মৃত্যু কাণ্ডৰ পিছতে গ্ৰেপ্তাৰ হ’ব চিকিৎসক-নাৰ্ছ-কৰ্মচাৰী!

GMCH News :  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ ভঙাগড় আৰক্ষী। GMCHত নৱজাতক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত কেইবাজনোকো আটক কৰি সোধাপোচা কৰিছে। DCP মৃণাল ডেকাৰ নেতৃত্বত তদন্ত আৰম্ভ হৈছে। নিশাই GMCHৰ কৰ্মচাৰীসকলৰ ভাষ্য গ্ৰহণ…