নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগৱান কৃষ্ণই ন্যায়–কৰুণা, সমাজত শান্তিৰ বার্তা প্রসাৰ কৰিছে

🔹 জন্মাষ্টমীত বাংলাদেশৰ হিন্দুলৈ শুভেচ্ছা মহম্মদ ইউনুছৰ নিউজ ডেস্ক, ১৭ আগষ্ট : সংখ্যালঘু হিন্দুৰ ওপৰত অকথ্য নির্যাতন আৰু হিন্দু পুৰোহিত চিন্ময় কৃষ্ণদাস ব্রহ্মচাৰীক ৰাষ্ট্রদ্রোহত গ্রেপ্তাৰ কৰাৰ এবছৰৰ পিছত কালি বাংলাদেশৰ অন্তর্ৱর্তীকালীন…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল, আজি ১৭ আগষ্ট, শাওণ মাহৰ ৩১ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণ নৱমী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই মেষ : আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ শুভ ৰং হালধীয়া, শুভ…

‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাক অমৃত প্ৰবাহ সাংবাদিকতা বঁটা প্ৰদান

🔹 শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি-অমৃত প্ৰবাহ কাকত গোষ্ঠীৰ বঁটা প্ৰদান অনুষ্ঠান 🔹 কামিনী বৰুৱালৈ আদৰ্শ জননী বঁটা বিশেষ বাৰ্তা, ১৬ আগষ্ট : বিগত দহটা বৰ্ষ সুন্দৰ আৰু সফলতাৰে অতিক্ৰম কৰি ১৫ আগষ্টৰ বিয়লিবেলা গুৱাহাটীৰ কটন কলেজ এলুমনাই হলত…

তিতাবৰ সীমান্তৰ বেকাজানত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

🔹 নিশা গাঁওৰক্ষী বাহিনীয়ে ধৰি আৰক্ষীক গতালে কাঠৰ কুণ্ডাভৰ্তি ট্ৰেক্টৰ নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান আৰক্ষী আৰু তিতাবৰৰ বন বিভাগৰ সোপাঢিলা নীতিৰ পৰিপ্ৰেক্ষিতত নিশাৰ সুযোগত অব্যাহত আছে চোৰাং কাঠৰ…

গৰৈমাৰীত কোটি টকাৰ চুৰি সামগ্ৰীসহ তিনি হাইজেকাৰক আটক

বিশেষ বাৰ্তা, ১৬ আগষ্ট : গৰৈমাৰীত চুৰি হোৱা কোটি টকাৰ সামগ্ৰীসহ তিনি হাইজেকাৰক আটক কৰে আৰক্ষীয়ে। কামৰূপৰ জোৰশিমুলী আৰক্ষীৰ জালত পৰে তিনিটাকৈ কুখ্যাত হাইজেকাৰ। তিনি হাইজেকাৰৰ পৰা উদ্ধাৰ হৈছে এখন ট্ৰাকসহ ১ কোটি ১৩ লাখ টকাৰ চুৰি সামগ্ৰী।…

নাজিৰাত দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ

🔹 দীৰ্ঘদিনে গড়আলি ভেৱাচুকত নাহৰফুটুকীৰ সন্ত্ৰাস নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : অস্তিত্বহীন গেলেকী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য আৰু বাসস্থানৰ সন্ধানত ওলাই অহা নাহৰফুটুকী বাঘৰ এটা জাকে আজি কিছুদিন ধৰি নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে গড়আলি…

ডিমাকুছিৰ ৰজাগড়ত শোকাকুল পৰিৱেশ, বন্যহস্তীৰ আক্ৰমণত নিহত এজন

🔹 পুৱা চাহ বাগিচালৈ পাত তুলিবলৈ যোৱাৰ সময়তে পিছফালৰ পৰা আক্ৰমণ বন্যহস্তীৰ নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : হাতী-মানুহৰ সংঘাতে জুৰুলা কৰিছে ভূটান সীমান্তৱৰ্তী অঞ্চলবাসীক । ৰাজ্যত পুনৰ হাতী-মানুহৰ সংঘাত দিনকদিনে বৃদ্ধি পাইছে৷ ডিমাকুছিৰ ৰজাগড়ত…

চাবুৱাৰ দিনজয় চাহ বাগিচাত ভয়ংকৰ ঘটনা, ডায়েৰীয়াৰ আতংক, এসপ্তাহত শিশুসহ ৫জনৰ মৃত্যু

বিশেষ বাৰ্তা, ১৬ আগষ্ট : চাবুৱাৰ দিনজয় চাহ বাগিচাত যোৱা এটা সপ্তাহৰ ভিতৰত শৌচ, বমি আৰু পেটৰ বিষত আক্ৰান্ত হৈ শিশুসহ ৫জনৰ মৃত্যুৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। এই অঞ্চলৰ পকা লাইনত ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ খবৰে…

স্বাধীনতা দিৱসৰ দিনাই ডিক্ৰং নৈৰ পাৰত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

🔹 নিথৰ দেহ উদ্ধাৰৰ ক্ষেত্ৰত দুই থানা, এক আৰক্ষী চকীৰ মাজত ঠেলা-ঠেলি নিয়মীয়া বাৰ্তা,  ১৬ আগষ্ট : স্বাধীনতা দিৱসৰ দিনটোতে লালুকৰ দক্ষিণ দিশত থকা ডিক্ৰং নদীৰ পাৰত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বিহপুৰীয়া থানাৰ…