পুনৰ মিঞাই প্ৰহাৰ কৰিলে অসমীয়া যুৱকক
🔹 নিশা গাড়ীৰ চালক পল্লৱক ডিঙিত ধৰি অপদস্থ
বিশেষ বাৰ্তা, ১৬ আগষ্ট : পুনৰ মিঞাই প্ৰহাৰ কৰিলে অসমীয়াক। ৰহা-কামপুৰ সংযোগী পথৰ কাকতি গাঁৱত নিশা সামগ্ৰী কঢ়িওৱা এখন গাড়ীৰ চালকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।…