ইছৰ’ৰ ‘আদিত্য এল–১’ৰ কর্মশালালৈ আমন্ত্রিত ডিগবৈৰ হিমানী
🔹 কৃষক পৰিয়ালৰ মেধাৱী ছাত্রীৰ কৃতিত্বত গৌৰৱান্বিত জিলাবাসী
🔹 সৌৰজগত বাহ্যিক স্তৰসমূহৰ অধ্যয়ন কৰি আহৰণ কৰিব জ্ঞান
নিয়মীয়া বাৰ্তা, ২৬ জুলাই : তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ পাৱৈ বনগাঁৱৰ বাসিন্দা ৰুদ্র বাহাদুৰ গুৰুং আৰু মিলিমায়া…