ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ
২৪৩ ৰান কৰিও পৰাজিত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ চলিত আইপিএলৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত ঘৰুৱা দল মুম্বায়ে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত ৬ উইকেটত পৰাস্ত হয়৷
মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ২৪৪ ৰানৰ লক্ষ্য…