নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ভাৱনা শৰ্মাৰ নিখোজ কাণ্ডৰ ৰহস্য উন্মোচন

গুৱাহাটীৰ এগৰাকী নিখোজ মহিলাক লৈ সৃষ্টি হোৱা ৰহস্যৰ অৱশেষত সমাধান হৈছে। প্ৰায় দুদিন ধৰি নিখোজ হৈ থকা ভাৱনা শৰ্মা সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহি এখন ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সমগ্ৰ ঘটনাৰ বিৱৰণ প্ৰকাশ কৰিছে। হঠাৎ নিখোজ হৈ যোৱাৰ পিছতে তেওঁৰ পৰিয়াল…

নলবাৰীত প্ৰণীতা হালৈৰ নতুন গীত ‘এপাহি ফুল যেন তুমি’ মুকলি

নলবাৰী জিলাৰ বালিকৰিয়াৰ কণ্ঠশিল্পী প্ৰণীতা হালৈৰ এটা নতুন গীত মুকলি কৰা হয়। এই উপলক্ষে নলবাৰীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'এপাহি ফুল যেন তুমি ' শীৰ্ষক গীতটি আনুষ্ঠানিকভাবে উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মাই। উন্মোচনী…

কাশীৰ বাবা বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰীৰ পূজা-অৰ্চনা, ১৪ কিলোমিটাৰ ৰোড শ্ব’

কাশীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ বাবা বিশ্বনাথৰ দৰ্শন কৰে। তেওঁ মন্দিৰৰ গৰ্ভগৃহত প্ৰায় ২০ মিনিট সময় ধৰি পূজা-অৰ্চনা কৰে। পাঁচজন পণ্ডিতে তেওঁক পূজা কৰাই মালা পিন্ধাই আৰু ত্ৰিপুণ্ড লগাই আশীৰ্বাদ…

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভয়ংকৰ অগ্নিকাণ্ড

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ ইন্দিৰাপুৰম অঞ্চলত অৱস্থিত Gaur Green Society-ৰ এটা ফ্লেটত আজি (২৯ এপ্ৰিল) ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, জুই ৯ম মহলাত আৰম্ভ হৈছিল আৰু কিছু সময়ৰ ভিতৰতে ১৩ম মহলালৈ বিস্তাৰ লাভ কৰে। জুই ইমানেই ভয়ংকৰ…

অপ্রতিৰোধ্য পঞ্জাব কিংছক ৰুধিলে ৰাজস্থান ৰয়েলছে

অৱশেষত জয়ৰ গতি ৰুদ্ধ হ’ল পঞ্জাব কিংছৰ৷ চলিত আইপিএলত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন পঞ্জাব কিংছে প্রথমটো পৰাজয়ৰ মুখ দেখিছে৷ নিউ চণ্ডীগড়ত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত পঞ্জাব কিংছে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ হাতত ৬ উইকেটত পৰাস্ত…

ধেমাজিত ভয়ংকৰ দুৰ্ঘটনা, প্ৰাণৰক্ষা তিনিজনৰ

গুৱাহাটীত সংঘটিত হোৱা দুৰ্ঘটনাৰ দৰেই ধেমাজিতো সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে গাড়ীখনত থকা দুই যুৱক আৰু এগৰাকী যুৱতীৰ প্ৰাণ ৰক্ষা পৰে যদিও তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে, পুৱতিনিশা এখন…

সম্পাদকীয় : সংস্কৃতিৰ স্মৃতি–সভ্যতাৰ দায়িত্ব

নিজৰ অতীতক মনত ৰখাজনেহে ভৱিষ্যৎ নির্মাণ কৰিব পাৰে বুলি কোৱা কথাটি অকল এজন ব্যক্তিৰ ক্ষেত্রতেই নহয়, এটা জাতিৰ ক্ষেত্রতো প্রযোজ্য৷ অকল বর্তমানতে জীয়াই নাথাকি নিজৰ অতীতক সংৰক্ষণ কৰি তাক ভৱিষ্যতলৈ হস্তান্তৰ কৰা সমাজখনকহে ‘সু–সংস্কৃত’ বুলি আখ্যা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ এপ্রিল, ব’হাগ মাহৰ ১৫ তাৰিখ বুধবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেষ : আজি আপুনি পুৱাৰ ভাগত সাৱধান হোৱা উচিত৷ বিদ্যাত মধ্যম৷ দাম্পত্যত শুভ কর্ম সম্পাদন৷ শৰীৰৰ যত্ন লওক৷ আর্থিকত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ…

নিয়মীয়া বাৰ্তাৰ প্ৰডাকচন মেনেজাৰ শৈবাল ঘোষৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তাৰ প্ৰডাকচন মেনেজাৰ শৈবাল ঘোষৰ অকাল বিয়োগে সংবাদ প্ৰতিষ্ঠানটোত গভীৰ শোকৰ ছাঁ পেলাইছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ মালিগাঁৱৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল ঘোষ। চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স…

আকাশীপথত বিমান উৰণত সংকট! : চৰকাৰক কেইবাটাও দাবী  বিমান সংস্থাৰ

এভিয়েচন টাৰ্বাইন ফুৱেল (ATF)ৰ দ্ৰুত মূল্যবৃদ্ধিয়ে ভাৰতৰ বিমান উদ্যোগত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। Federation of Indian Airlines (FIA)-এ এই সন্দৰ্ভত নাগৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰি তৎকালীন সহায় বিচাৰিছে। এই…