নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিজাৰ্ভ বেংকে বন্ধ কৰিব নেকি ২০০০টকীয়া নোট?

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  বন্ধ হ’ব নেকি ২০০০ টকীয়া নোট । সম্প্ৰতি ছচিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন বাতৰি উৰি থকা দেখা গৈছে। এই উৰা বাতৰিত দাবী কৰা হৈছে যে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিব । যাৰ বাবে এটি এমত ১০০, ২০০, ৫০০ টকাৰ নোটৰ প্ৰচলন বৃদ্ধি কৰা হৈছে।

চৰকাৰে এই সন্দৰ্ভত জানিবলৈ দিয়ে এইটো সম্পূৰ্ণ ভুৱা পোষ্ট। ৰিৰ্জাব বেংক অফ ইণ্ডিয়াই ২০০০ টকাৰ নোট বন্ধ নকৰে।

 

You might also like