ভট্টদেৱ বিশ্ববিদ্যালয়ত “ভট্টদেৱ : জীৱন আৰু কৃতি” শীৰ্ষক আলোচনা চক্ৰ
"আমাৰ বৰ্তমান হৈছে অতীতৰ ভেটিত প্ৰতিষ্ঠিত এক সত্য৷ যেয়েহে ঐতিহ্যক বাদ দি আমি একো কৰিব নোৱাৰোঁ৷" এই মন্তব্য বিশিষ্ট চিন্তাবিদ, লেখক, সুবক্তা তথা সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সমন্বয়ক দিগন্ত বিশ্ব শৰ্মাৰ৷
ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ সাহিত্য অকাডেমিৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়, বজালীৰ সহযোগত পাঠশালাস্থিত ভট্টদেৱ…
Read More...