সোণাৰিৰ ভজোত কামৰূপ এক্সপ্ৰেছত জুই
বিশেষ বাৰ্তা, ২৬ এপ্ৰিল : উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ তথা সোণাৰিৰ ভজো ৰেল ষ্টেচনত ডিব্ৰুগড়-হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছত কালি নিশা জুই লগাত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখ্য, ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছ নিশা ভজোৰ পৰা ৰাওনা হোৱাৰে পৰা ৰেলখনৰ এছ ২ দবাৰ তলত জুই লগাত দবাটো ধোঁৱাৰে আগুৰি ধৰে…
Read More...