দেশৰ প্রথম ডিজিটেল মুদ্রাৰ পাইলট প্রকল্প আৰম্ভ কৰিলে আৰ বি আয়ে
চৰকাৰী বণ্ডকে ধৰি বিভিন্ন ক্ষেত্রত এই ডিজিটেল মুদ্রাৰ ব্যৱহাৰ হ’ব
পাছলৈ সকলো শ্রেণীৰ লোকে চিবিডিচি অর্থাৎ ডিজিটেল মুদ্রা ব্যৱহাৰ কৰিব পাৰিব
ডিজিটেল মুদ্রাক চিবিডিচি হিচাপে জনা যাব
দুই ধৰণৰ চিবিডিচি–প্রথম হৈছে পাইকাৰী চিবিডিচি, দ্বিতীয়টো খুচুৰা চিবিডিচি
ডিজিটেল লেনদেনৰ দৰেই হ’ব এই চিবিডিচি
নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ :…
Read More...