৩১ আগষ্টত মুকলি হ’ব MG Glosterৰ আপডেট সংস্কৰণ
বিশেষ বাৰ্তা, ২৯ আগষ্টঃ ৩১ আগষ্টত মুকলি হ’ব MG Glosterৰ আপডেট সংস্কৰণ। গাড়ীখনত ৭টা ড্ৰাইভিং মোড যেনে Sand, Eco, Snow, Sport, Mud, Rock আৰু Auto থাকিব। অফ-ৰোডিং গাড়ীখনত ৮ স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ ব্যৱস্থা পোৱা যাব। শেহতীয়াকৈ এম জি মটৰে এটা টিজাৰ মুকলি কৰি জনাইছে যে ইয়াৰ SUV Glosterৰ নতুন সংস্কৰণ অতি সোনকালে বজাৰত মুকলি কৰা হ’ব। উল্লেখযোগ্য যে…
Read More...