বলিষ্ঠ ভূমিকা লওক পৰেশ বৰুৱাই
আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ১৫ মে’ত তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণাৰ এসপ্তাহতে মুক্তি দিছে অ’ এন জি চিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াক৷ প্রায় ডেৰ মাহ ধৰি আলফাৰ জিম্মাত থকা ৰিতুল শইকীয়াক মুক্তি দিয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছিল৷ মুখ্যমন্ত্রীগৰাকীৰ এনে আহ্বানৰ বাবেই তাৎক্ষণিকভাৱে ৰিতুল শইকীয়াক মুক্তি দিয়া বুলি…
Read More...