ৰাজনীতিৰ স্বপ্নদ্রষ্টা
ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ পঞ্চদশ অসম বিধানসভা নির্বাচনত অসমবাসীয়ে জনাদেশ দিয়াৰ পাছত দিছপুৰৰ ক্ষমতাত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হৈছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত একেৰাহে অকংগ্রেছী চৰকাৰ গঠনৰ নজিৰ নাই৷ ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছ দলে ৭৮খন…
Read More...