পৰিৱেশ সচেতনতা
বিশ্বজুৰি ৫ জুনৰ দিনটো পৰিৱেশ দিৱস হিচাপে উদ্যাপন কৰি অহা হৈছে৷ সাম্প্রতিক সময়ত পৰিৱেশৰ বিষয়টো অতিকে গুৰুত্বপূর্ণ বিবেচিত হৈ পৰিছে৷ শেহতীয়াকৈ ক’ৰোনা সংক্রমণৰ দ্বিতীয়টো ঢ়ৌৰ সময়ত ভাৰতবর্ষত এতিয়া প্রদূষণৰ ফলত কি ভয়াৱহ পৰিস্থিতি সৃষ্টি হয়, সেয়া সকলোৱে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে৷ ক’ৰোনা সংক্রমণে দিল্লীত যেতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, তেতিয়া অক্সিজেনৰ…
Read More...