লক্ষ্মণৰেখা
সমগ্র বিশ্বতে ভাৰতীয় সেনাপ্রধানে এক বিশেষ মর্যাদা লাভ কৰি আছে ৷ ভাৰতীয় সেনাপ্রধানজন সদায়ে এজন অৰাজনৈতিক ব্যক্তি ৷ কোনো ৰাজনৈতিক বক্তব্যৰ পৰা আঁতৰি থাকি নিজৰ দায়িত্ব পালন কৰি দেশৰ অখণ্ডতা আৰু আভ্যন্তৰীণ সুৰক্ষা নিশ্চিত কৰি আহিছে ভাৰতীয় সেনাপ্রধানসকলে ৷ সেয়া এনে এক পৰম্পৰা, যাক লৈ এখন শক্তিশালী গণতান্ত্রিক দেশৰ নাগৰিক হিচাপে দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিব…
Read More...