সম্পাদকীয় : কাণ্টে, কোন কাণ্টে?
Genius doesn't need noise’– আধুনিক ফুটবলৰ নীৰৱ নায়ক, বিস্ময়কৰ প্রতিভাৰে উদ্ভাসিত কাণ্টেৰ ক্ষেত্রত এই কথাষাৰি এশ শতাংশই প্রযোজ্য৷ কিন্তু কোন এই কাণ্টে?
...মেছি, ৰ’নাল্ডো, এমবাপে, নেইমাৰ, ভিনিচিয়াছ জুনিয়ৰ, হালণ্ড, কেন, য়ামল, পল’গন, মুছিয়ালৰ দৰে তাৰকা ফুটবলাৰে বিশ্ব ফুটবলৰ মঞ্চ কঁপাই থকা সময়ত এনগোলো কাণ্টেৰ চর্চা কিয় প্রাসংগিক?
অপৰিসীম শক্তি, কঠোৰ…
Read More...