ৰুছ ৰাষ্ট্রপতি পুটিনৰ আক্ষেপ
ছোভিয়েট ইউনিয়নৰ পতন আছিল বিগত শতিকাত বিশ্বৰ আটাইতকৈ ভূ–ৰাজনৈতিক দুর্যোগ৷ ১৯১৭ চনৰ বিপ্লৱৰ পিছত প্রথমখন দেশ হিচাপে ৰাছিয়াত প্রতিষ্ঠা হৈছিল সমাজবাদ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ দুর্যোগত ৰাছিয়াৰ সুদক্ষ শাসক যোছেফ ষ্টেলিনে পূব ইউৰোপৰ ক্ষুদ্র ক্ষুদ্র ৰাষ্ট্রসমূহক ঐক্যবদ্ধ কৰিছিল ফেচীবাদী শক্তিৰ বিৰুদ্ধে৷ ছোভিয়েট ইউনিয়ন হিচাপে সমাজবাদী দুর্গ অক্ষত ৰাখিবলৈ…
Read More...