গ্রন্থমেলাৰ বতৰ
শীতৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা গ্রন্থমেলাবোৰে অসমৰ সাহিত্য আৰু গ্রন্থ প্রকাশৰ জগতলৈ এক নতুন ধৰণৰ উদ্যম কঢ়িয়াই আনে৷ অসমীয়া পঢ়া ল’ৰা–ছোৱালীৰ সংখ্যা কমি গৈছে, চৰকাৰে বিনামূলীয়া পাঠপুথি বিতৰণ কৰাৰ ফলত গ্রন্থ ব্যৱসায়ৰ জগতখনলৈ কিছু হতাশা আহি পৰিছে আদি কথাবোৰ বছৰটো ধৰি চলি থকাৰ পিছত গ্রন্থমেলাৰ আগমনৰ লগে লগে বহু নতুন নতুন কিতাপ উন্মোচনৰ…
Read More...