অক্টোবৰত “ৰাঘৱ”ৰ শুভমুক্তি : ঢেকীয়াজুলিত ঘোষণা যতীন বৰাৰ
বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ মাজমজিয়াত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান তথা শ্ব’পিং ম’ল আচকৰণ বিঞ্জৰাজৰ ৱেডিং ষ্টুডিঅ’ আৰু চুপাৰষ্ট’ৰ মুকলি কৰে৷ আজি অভিনেতাগৰাকী ঢেকিয়াজুলিত উপস্থিত হোৱাৰ পিছতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সন্মুখত গায়ন বায়নেৰে খোল তাল পৰিৱেশন কৰি অভিনেতাগৰাকীক আদৰি আনে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ…
Read More...