সফলতাৰে ৫টা বছৰ অতিক্ৰম কৰিলে জনপ্ৰিয় আলোচনী আইনা জীৱনৰে
বিশেষ বাৰ্তা, ৬ ফেব্রুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ অভিজাত সংবাদ গোষ্ঠী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মাহেকীয়া জীৱনশৈলীগত আলোচনী ‘আইনা জীৱনৰ’–এ সম্পূর্ণ কৰিলে পাঁচটা সফল বছৰ৷ আগশাৰীৰ জনপ্ৰিয় আলোচনী আইন জীৱনৰ–এ সামাজিক, সাংস্কৃতিক, ফেশ্বন, ধাৰাবাহিক উপন্যাস, খেল জগতৰ ভিন্ন খবৰ, জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা পুৰোধা ব্যক্তিৰ জীৱন…
Read More...