চিগাৰেট আসক্ত নেকি আপুনি, তেন্তে চিন্তা নকৰিব
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : চিগাৰেটৰ দ্বাৰা যদি আসক্ত, তেন্তে সেই আসক্তি আৰু বেছিদিন নাথাকিব। কিয়নো চিগাৰেটৰ পৰা আপোনাৰ আসক্তি আঁতৰ কৰিবলৈ আপোনাৰ হাততে ইয়াৰ মহৌষধ। মন কৰিব লগা কথা যে যিকোনো ধৰণৰ আসিক্তয়ে আমাৰ দৈহিক-মানসিক স্বাস্থ্যৰ লগতে পৰিয়ালকেন্দ্ৰিক সমস্যাও বঢ়াই তোলে।
চিগাৰেট আসক্তিৰ পৰা মুক্ত হবৰ বাবে আপুনি লব পৰা প্ৰথম উপায় হৈছে এক কাপ…
Read More...