ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত কৃপাল কলিতাৰ ‘ব্রিজ’
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ক’ৰোনাকালত স্তব্ধ হৈ পৰা অসমীয়া চলচ্চিত্র জগতলৈ সুখবৰ৷ ৫১সংখ্যক ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হৈছে কৃপাল কলিতাৰ অসমীয়া ছবি ‘ব্রিজ’৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ছানফ্রান্সিস্ক’ৰ ১৮সংখ্যক অকলেণ্ড আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রিমিয়াৰ হোৱাৰ লগতে বিশ্বৰ ১৬খনতকৈ অধিক চলচ্চিত্র মহোৎসৱত অংশগ্রহণেৰে সুখ্যাতি অর্জন কৰা কৃপাল…
Read More...