হামাছৰ দৰেই খালিস্তানীয়ে আক্রমণ চলাব ভাৰতত !
🔹 ‘শিখছ ফৰ জাষ্টিচ’ৰ মুৰব্বী পান্নুনৰ ভাবুকি
বিশেষ বাৰ্তা, ১২ অক্টোবৰ : পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন আল–কাছিম ব্রিগেডে যিধৰণে ২০ মিনিটৰ ভিতৰত ৫ হাজাৰ ৰকেটেৰে আক্রমণ কৰি ইজৰাইলৰ বিস্তীর্ণ অঞ্চল বিধ্বস্ত কৰিছে, সেই একেই ধৰণৰ আক্রমণ চলোৱা হ’ব ভাৰতত৷ অলপতে নতুন এক ভিডিঅ’ বার্তাত এই দাবী কৰিলে ভাৰতত নিষিদ্ধ বিচ্ছিন্নতাবাদী সংগঠন ‘শিখছ ফৰ জাষ্টিচ’…
Read More...