মেক্সিকোৰ অৰণ্যত প্রাচীন মায়া সভ্যতাৰ চহৰৰ সন্ধান
বিশেষ বাৰ্তা, ৮ জুলাইঃ মেক্সিকোৰ গভীৰ অৰণ্যত সন্ধান পোৱা গৈছে প্রাচীন মায়া সভ্যতাৰ চহৰৰ৷ মায়া সভ্যতাৰ ধ্বংসাৱশেষ বিচাৰি উলিয়াইছে প্রত্নতত্ত্ববিদ ড০ ইভান স্প্রাইছে৷ শ্লোভেনিয়াৰ এই প্রত্নতত্ত্ববিদগৰা বিগত ৩০ বছৰ ধৰি মেক্সিকোৰ য়ুকাটান উপদ্বীপ অঞ্চলৰ গভীৰ অৰণ্যত প্রাচীন মায়া সভ্যতাৰ স্মাৰক বিচাৰি আহিছে৷ ঘন অৰণ্যত কষ্টকৰ যাত্রা সত্ত্বেও বিৰামহীনভাৱে এই…
Read More...