ৰাছিয়াক বিষাক্ত মহেৰে ধ্বংস কৰিব আমেৰিকাই
🔹 ৰুছ সাংসদ ইৰিনা য়াৰোভায়াৰ বিস্ফোৰক দাবী
বিশেষ বাৰ্তা, ৬ জুলাই : শেহতীয়াকৈ ৰাছিয়াৰ এগৰাকী বিশেষজ্ঞই দাবী কৰিছে যে আমেৰিকাই ‘গ্রহাণু অস্ত্র’ ব্যৱহাৰ কৰিব মস্কোৰ বিৰুদ্ধে৷ এইবাৰ ৰাছিয়াৰ সাংসদ তথা নিৰাপত্তা বিষয়ক সংসদীয় কমিটীৰ মুৰব্বী ইৰিনা য়াৰোভায়াৰ বিস্ফোৰক দাবী যে ৰাছিয়াত আক্রমণ চলাবলৈ বিষাক্ত ‘মহ’ সৃষ্টি কৰিছে আমেৰিকাই৷ এই ‘মহ বোমা’ ৰাছিয়াক…
Read More...