গুজৰাটৰ পোৰবন্দৰত ইছলামিক ষ্টেটৰ ঘাটি উৎখাত
📌 মহিলাসহ ৪ আইছিছ কর্মীক গ্রেপ্তাৰ এটিএছৰ
বিশেষ বাৰ্তা, ১০ জুনঃ গুজৰাট আৰক্ষীৰ সন্ত্রাসবিৰোধী স্কোৱাড (এটিএছ)–এ ৰাজ্যখনৰ উপকূলীয় চহৰ পোৰবন্দৰত ইছলামিক ষ্টেটৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে ৷ এ টি এছে অভিযান চলাই কাশ্মীৰৰ পৰা অহা তিনি যুৱক আৰু চুৰাটৰ পৰা অহা এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে ৷ মহিলাসহ চাৰি আইছিছ কর্মীয়ে আফগানিস্তানলৈ সাগৰেৰে…
Read More...