নেপালত পুনৰ জেন-জিৰ বিক্ষোভ, নির্বাচনী তৎপৰতাৰ বিৰুদ্ধে উত্তাল প্রতিবাদ
নিউজ ডেস্ক, ২১ নৱেম্বৰ : নেপালত যুৱপ্রজন্মৰ অসন্তুষ্টিৰ সন্মুখত দেশখনৰ সামগ্রিক ৰাজনৈতিক প্রেক্ষাপট সলনি হোৱাৰ মাহদিয়েক পিছতেই পুনৰ বিক্ষোভত উত্তাল হৈ পৰিছে দেশখন৷ দেশখনৰ বিধ্বস্ত ৰাজনৈতিক পৰিস্থিতিৰ শাম কটাৰ বাবে নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই দেশখনৰ প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অ’লি নেতৃত্বাধীন কমিউনিষ্ট পার্টী অৱ নেপালে (ইউএমএল) নির্বাচনী…
Read More...