নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে মঙলত সংগ্রহ কৰিলে প্রথমটো শিলৰ টুকুৰা
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰঙাগ্রহ মঙলত বাহৰ পাতি থকা নাছাৰ পার্ছেভাৰেঞ্চ ৰ’ভাৰে অৱশেষত দুটাকৈ শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ বিগত কিছুদিন ধৰি শিলৰ নমুনা সংগ্রহত পার্ছেভাৰেঞ্চ ৰ’ভাৰ ব্যর্থ হ’লেও যোৱা ৬ ছেপ্ঢেম্বৰত প্রথমটো শিলৰ নমুনা সংগ্রহ কৰিবলৈ সক্ষম হোৱাৰ পিছত আঠ ছেপ্ঢেম্বৰতো আন এটা শিলৰ টুকুৰা সংগ্রহ কৰে৷ ৬ ছেপ্টেম্বৰত সংগ্রহ কৰা শিলৰ…
Read More...