আমেৰিকান সেনাই কাবুলত এৰি গ’ল বহু কুকুৰ
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ তালিবানে বান্ধি দিয়া চূড়ান্ত সময়সীমাৰ ভিতৰত আফগান ভূমি ত্যাগ কৰিবলগীয়া হোৱাৰ বাবেই কাবুলত আমেৰিকান সেনাই এৰি থৈ যায় কেইবাডজনো কুকুৰ৷ বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত এই কুকুৰবোৰ আফগানিস্তানত মার্কিন সেনাই সন্ত্রাস প্রতিৰোধী যুদ্ধত ব্যৱহাৰ কৰিছিল৷ উল্লেখনীয় যে কালি নিশাৰ ভাগত আফগানিস্তানৰ পৰা সকলো মার্কিন সৈনিকে গৃহভূমিলৈ…
Read More...