বিশ্বৰ ১০০ কোটি জনতাই ভুগিছে মানসিক বিকাৰত : বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদনত উদ্বেগজনক তথ্য
নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয় ময়ময় ক্ষণত আধুনিক মানৱে জীৱন যাপন সহজ কৰি তুলিছে যদিও গোপনে গোপনে আধুনিক মানৱৰ মনত অশান্তিয়ে বাহ লৈছে৷ আনকি অশান্ত মন অৱশেষত অসুস্থ হৈও উঠিছে৷ কার্যতঃ মানসিক বিকাৰত ভোগা লোকৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাইছে৷
বিশ্বত ১০০ কোটি লোকে মানসিক বিকাৰত ভুগি আছে৷ এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে…
Read More...