পাকিস্তানত ভয়াৱহ বানত অনাহূত পৰিস্থিতি, উদ্ধাৰকাৰী হেলিকপ্টাৰ বিধ্বস্ত, ৩০০জনৰ প্রাণহানি
নিউজ ডেস্ক, ১৭ আগষ্ট : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বানে পাকিস্তান আৰু পিঅ’কেত অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্রলয়ংকৰী বানৰ কবলত দেশখনত অতিকমেও ৩০০জনৰ প্রাণহানি হোৱা বুলি তথ্য প্রকাশ পাইছে৷ ইয়াৰে অধিকাংশ দেশখনৰ খাইবাৰ পাখতুনখৱাৰ বুনেৰ’ৰ৷ উদ্ধাৰ অভিযানৰ লগতে বান সাহায্য সামগ্রী কঢ়িওৱা এমআই ১৭ হেলিকপ্টাৰ এখন দুর্ঘটনাত পতিত হৈছে৷ এই দুর্ঘটনাত…
Read More...