কানাডাত ভগৱান ৰামৰ সুউচ্চ মূর্তি উন্মোচন
উত্তৰ আমেৰিকাত ভগৱান ৰামৰ উচ্চতম মূর্তি উন্মোচন কৰা হৈছে৷ কানাডাৰ অণ্টাৰি’ৰ মিছিছৌগাৰ হিন্দু ঐতিহ্য কেন্দ্রত ৫১ ফুট উচ্চতাৰ থিয় হৈ থকা ভগৱান ৰামৰ মূর্তি এটা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷
১০ সহস্রাধিক ভক্তৰ উপস্থিতিত বিশাল কার্যসূচীৰে বৃহত্তৰ টৰণ্টো অঞ্চলৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য হিচাপে ফাইবাৰ গ্লাছেৰে নির্মিত ভগৱান ৰামৰ মূর্তিটো উন্মোচন…
Read More...