কক্ষপথত পৃথিৱী নিৰীক্ষণ কৃত্রিম উপগ্রহ ‘নিছাৰ’
🔹 ভাৰতৰ ইছৰো–আমেৰিকাৰ নাছাৰ যৌথ মহাকাশ অভিযান
নিউজ ডেস্ক, ৩১ জুলাই : ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত সম্পর্কক উজ্জীৱিত কৰি দুয়োখন দেশৰ যৌথ অভিযানযোগে কক্ষপথত সফলতাৰে সংস্থাপিত কৰা হ’ল পৃথিৱী নিৰীক্ষণ কৃত্রিম উপগ্রহ ‘নিছাৰ’৷ ইছৰো আৰু নাছাই যুটীয়াভাৱে বিকশিত কৰা কৃত্রিম উপগ্রহ নিছাৰ কালি বিয়লি ৫.৪০ বজাত শ্রীহৰিকোটাত মহাকাশ বন্দৰৰ পৰা…
Read More...