কিয় কামোৰে মহে? আছে ৫টা কাৰণ…
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ বতৰ সলনি হোৱাৰ লগে লগে মহৰ পুনৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ সন্ধিয়াৰ ভাগত মহৰ প্ৰকোপ বৃদ্ধি পায়। কিন্তু দেখা যায় কিছুমান মানুহক মহে আনৰ তুলনাত বেছিকৈ কামোৰে। কিয় এনে হয় জানেনে? ব্যক্তি বিশেষে মহে আক্ৰমণ কৰে নেকি? জানো আহক ইয়াৰ কাৰণ-
মেটাবলিক ৰেটঃ শৰীৰৰ মেটাবলিক ৰেট এটা জটিল বিষয়। ই শৰীৰৰ দ্বাৰা এৰি দিয়া কাৰ্বন ডাই…
Read More...