১০টা খিচমিচে আপোনাৰ জীৱন সলাই দিব পাৰে
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ খিচমিছ দেখাত সৰু হ'ব পাৰে । অৱশ্যে, ইয়াত বহুতো বৈশিষ্ট্য লুকাই থাকে। খিচমিচ অত্যাধিক এইকাৰণে খোৱা নহয় কাৰণ ই বহুত গৰম। কিন্তু, খিচমিছ যদি তিয়াই খোৱা হয় তেতিয়া আপুনি ইয়াৰ ফলাফল নিশ্চিত ভাৱে লাভ কৰিব।
খিচমিছত যথেষ্ট পৰিমাণে আইৰন, পটেছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে। ইয়াৰ উপৰিও, কিচমিছও ফাইবাৰৰ এক ভাল উৎস।
যদি আপুনি…
Read More...