বেয়া খবৰঃ কৰোনা ভেকচিন ললে ত্যাগ কৰিব লাগিব সুৰা
নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ সুৰাপায়ী সকলৰ নিশ্চিত ভাবে এক বাবে বেয়া খবৰ। কৰনোৰ ভেকচিন ললে ত্যাগ কৰিব লাগিব সুৰা। কাৰণ ইতিমধ্যেই কৰোনা ভাইৰাছৰ ভেকচিনৰ জৰুৰীকালীন প্ৰয়োগ এতিয়া ইংলেণ্ডত আৰম্ভ হৈছে। ৰাছিয়াই অতি সোনকালে স্পুটনিক ভি ৰ প্ৰয়োগ আৰম্ভ কৰিব। ভাৰততো অতি সোনকালে কৰোনাৰ ভেকচিনৰ প্ৰয়োগ আৰম্ভ হ'ব। কিন্তু এই সময়তেই বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে যে…
Read More...