৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ এক আধৰুৱা প্রেমৰ গল্পই অৱশেষত সম্পূর্ণতা পালে । নিঃসংগ দেউতাকক পুনৰ সম্পর্কৰ মধুৰ সোৱাদ দিলে পুত্ৰই । ছ'চিয়েল মিডিয়াত এইগৰাকী পুত্ৰৰ উদাৰতা দেখি সকলোৱে একমুখে প্ৰশংসা কৰিছে।
কলকাতাৰ বাসিন্দা তৰুণ কান্তি পালৰ বয়স ৬৬ বছৰ । পত্নীৰ মৃত্যুৰ পাছত বিগত ১০ বছৰ ধৰি অকলেই বাস কৰি আহিছে তেওঁ। একমাত্র পুত্ৰ চায়নো থাকে কানাডাত ।…
Read More...