লিবিয়াত মহাপ্রলয় : ২০০০তকৈ অধিক লোকৰ প্রাণহানি
🔹 সন্ধানহীন ১০ সহস্রাধিক
🔹 ঘূর্ণি ডেনিয়েলসৃষ্ট বানত বিধ্বস্ত লিবিয়াৰ পূব প্রান্ত
🔹 বান্ধৰ পানীৰ কোবাল সোঁতে তচনচ কৰিছে চহৰ
বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : লিবিয়াত মহাপ্রলয়৷ উত্তৰ আফ্রিকান দেশ লিবিয়াত ঘূর্ণি ডেনিয়েলসৃষ্ট বানত বিধ্বস্ত হৈছে পূব প্রান্তৰ কেইবাখনো প্রদেশ৷ প্রলয়ংকৰী বানত লিবিয়াৰ পূব প্রান্তৰ ডের্ণাসহ কেইবাটাও অঞ্চলত ২০০০তকৈও অধিক লোকৰ…
Read More...